আৰ.অ’. পানীৰ সেৱন স্বাস্থ্যৰ পক্ষে অতি উপকাৰী। ই হৈছে শ্ৰেষ্ঠতম সেৱনযোগ্য আৰু পানী বিশুদ্ধিকৰণৰ উত্তম প্ৰক্ৰিয়া। পানী বিশুদ্ধিকৰণৰ বাবে কেণ্টা জল পৰিশোধকৰ দ্বাৰা প্ৰথম আৰ.অ’. পদ্ধতিৰ পৰিচয় ঘটোৱা হৈছিল। এই পদ্ধতিত পানীত থকা খনিজ দ্ৰৱ্যসমূহ চম্ভালি ৰাখি পানীৰ সোৱাদ বৰ্তাই ৰখা হয়। খনিজ দ্ৰৱ্যসমূহত থকা স্বাস্থ্যৰ পক্ষে উপকাৰী কাৰকসমূহ পানীত ভালদৰে বৰ্তাই ৰাখিবৰ বাবে আৰ.অ’. পদ্ধতিৰ বিশেষভাৱে ব্যৱহাৰ কৰা হয়। আৰ.অ’. পানী পৰিশোধনটো হৈছে খাৰুপেটীয়া নগৰ কমিটীৰ এখন উপাৰ্জনক্ষম আঁচনি আৰু এই আঁচনি চতুৰ্থ অসম ৰাজ্যিক বিত্ত আয়োগৰ অধীনত ৰূপায়ণ কৰা হৈছিল।
পানী যোগান আঁচনিৰ কিছু চিত্ৰ –