মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs পৌৰ প্ৰশাসন সঞ্চালকালয়

নতুন পদক্ষেপ আৰু উদ্ভাৱনী পৰ্য্যায়

  • পৌৰ বিভাগৰ দ্বাৰা তথ্যপ্ৰযুক্তি আৰু অন্যান্য সংশোধিত সমাধানৰ বহুল ব্যৱহাৰ কৰি গ্ৰহণ কৰা নতুন পদক্ষেপ আৰু উদ্ভাৱনী পৰ্য্যায়সমূহ –

                (১) পুনৰ্জ্জ্বীৱিত আৰু চহৰীয়া ৰূপান্তৰণৰ কাৰণে অটল অভিযান(AMRUT)ৰ অধীনত চাৰিখন চহৰ, ক্ৰমে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আৰু নগাঁৱৰ বাবে মুঠ ১০০ লাখ, অৰ্থাত্ ২৫ লাখ প্ৰতি চহৰলৈ প্ৰদান কৰা হয়।

                (২) স্বচ্ছ ভাৰত অভিযান (নগৰ)ৰ অধীনত ৮৩৩ সংখ্যক ব্যক্তিগত শৌচাগাৰ নিৰ্মাণৰ বাবে গুৱাহাটী পৌৰ নিগমক ২০ লা টকাৰ অনুদান প্ৰদান।

                (৩) কঠিন আৱৰ্জনা, পানী যোগান, নৰ্দমা আৰু চাফচিকুণতা, কৃত্ৰিম জল নিষ্কাষণ আৰু নগৰ অঞ্চলৰ পৰিবহন ব্যৱস্থাৰ বাবে ১৩৯৫ কোটি টকাৰ সাহায্য আবেদন কৰি কৰ্মচাৰী সহায়ক যোজনা (EAP)ৰ গঠন।