মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs পৌৰ প্ৰশাসন সঞ্চালকালয়

পুনৰজীৱন আৰু চহৰীয়া ৰূপান্তৰণৰ কাৰণে অটল অভিযান

  • এই মিছনৰ লক্ষ্য হৈছে বিভিন্ন সেৱা যেনে পানী যোগান, নৰ্দমা, পচনশীল টেংকি, কৃত্ৰিম জল নিষ্কাষণ, নগৰ পৰিবহন, সেউজীয়াকৰণ আৰু সংশোধনসমূহৰ ৰূপায়ণত মনোনিবেশ কৰা।

    লক্ষ্য – অসমৰ চাৰিখন চহৰ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আৰু নগাঁও

                পুনৰজীৱন আৰু চহৰীয়া ৰূপান্তৰণৰ কাৰণে অটল অভিযানৰ অন্তৰ্গত ১০০ লাখ টকা ২০১৫-১৬ বৰ্ষৰ বাবে ভাৰত চৰকাৰৰ দবাৰা আবণ্টন কৰা হৈছে। সেই মৰ্মে ৰাজ্যিক ৰাজ্যিক বাজেটত কেন্দ্ৰ অংশ হিচাপে ১০০ লাখ টকা সন্নিৱিষ্ট কৰা হৈছে আৰু উল্লিখিত পৰিমাণৰ অনুদান চাৰিওখন চহৰৰ উন্নয়নৰ বাবে মুকলি কৰি দিয়া হয়।