মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs পৌৰ প্ৰশাসন সঞ্চালকালয়

ষ্ট্ৰীট লাইট

  • চহৰ, নগৰসমূহৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থাৰ প্ৰয়োজন, কিন্তু অসমৰ সৰহসংখ্যক চহৰ আৰু নগৰত এনে সুবিধা নথকাৰ ফলত নাগৰিকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে।

            এই সমস্যা সমাধানৰ বাবে চৰকাৰে নগৰ নগৰীয়া স্থানীয় সংস্থাসমূহত ১৫০০০ দক্ষ শক্তি এল.ই.ডি. লাইট স্থাপন কৰাৰ এক অনন্য পদক্ষেপ হাতত লৈছে। এই উদ্দেশ্যে ১০০০ লাখ টকাৰ বিশেষ প্ৰয়োজন ২০১৭-১৮ বৰ্ষৰ বাজেটত নিৰ্দিষ্টকৈ সন্নিৱিষ্ট কৰা হৈছে।

    Downloads
    ষ্ট্ৰীট লাইট
    TitleSizeDetail
    Request For Proposal 27.43 KBswf-image
    Request For Proposal for Empanelment of Contractors Under "Project Jyoti" Scheme on Design, Build and Operate Basis-Volume 11.12 MBswf-image
    Request For Proposal for Empanelment of Contractors Under "Project Jyoti" Scheme on Design, Build and Operate Basis-Volume 2874.45 KBswf-image