মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs পৌৰ প্ৰশাসন সঞ্চালকালয়

ক্ষুদ্ৰ চহৰৰ উন্নয়ন

  • অসমৰ অধিক সংখ্যক ক্ষুদ্ৰ পৌৰ মণ্ডল/নগৰ সমিতিত দৈনিক কাম-কাজসমূহ নিয়াৰিকৈ চলাই যাবলৈকে একোটা যথোপযুক্ত কাৰ্যালয়ৰ অভাৱ, তেনে নগৰ সমিতিৰ কিছুমানে হয়তো ঘৰ ভাড়া কৰি তেনে কাম-কাজ চলাইছে অথবা জৰাজীৰ্ম পুৰণি ঘৰকে কাৰ্যালয় সাজিছে।

                তেনে ক্ষুদ্ৰ পৌৰমণ্ডল/নগৰ সমিতিৰ কাম-কাজৰ বাবে প্ৰয়োজন হোৱা কাৰ্যালয়ৰ অভাৱ পূৰণৰ বাবে বিশেষ অনুদান আঁচনি আদিৰ নগৰীয়া স্থানীয় সংস্থাসমূহত ৰূপায়ণ কৰা হৈছে।

    Downloads
    ক্ষুদ্ৰ চহৰৰ উন্নয়ন
    TitleSizeDetail
    Fund Status for Development of Small Towns during 2010-2015194.37 KBswf-image