মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs পৌৰ প্ৰশাসন সঞ্চালকালয়

পথৰ নলা পৰিষ্কাৰ আঁচনি

  • যান্ত্ৰিক সৰঞ্জামৰ দ্বাৰা আৱৰ্জনা পৰিষ্কাৰ আৰু পথ ঝাড়ু দিয়াৰ দৰে পথ পৰিষ্কাৰকৰণ আঁচনিৰ ৰূপায়ণ।

                এই আঁচনিৰ প্ৰধান লক্ষ্য হৈছে নগৰীয়া স্থানীয় সংস্থাসমূহক পথ চাফা কৰা, নলা-নৰ্দমাৰ পৰিস্কাৰৰ বাবে যান্ত্ৰিক সৰঞ্জামৰ ব্যৱহাৰ কৰিব পৰাকৈ বুনিয়াদী সা-সুবিধা প্ৰদান কৰা। এই উদ্দেশ্যে ২০১৫-১৬ বৰ্ষত ১০০ লাখ টকা আবণ্টন কৰা হৈছিল যদিও এই অনুদান কৰা হৈছিল যদিও অনুদান অনুমোদিত নহল।