মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs পৌৰ প্ৰশাসন সঞ্চালকালয়

চতুৰ্দশ বিত্তীয় আয়োগ

  • কেন্দ্ৰীয় ৰাজ্যিক ৰাজকোষৰ লেনদেন সম্বন্ধীয় বিভিন্ন বিষয়ত সংমোদন জনাবৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা ২০১৫-২০২০ বৰ্ষৰ কাৰণে ২ জানুৱাৰী,২০১৩ত চতুৰ্দশ বিত্তীয় আয়োগৰ গঠন কৰা হয়। এই আয়োগে ১৫ ডিচেম্বৰ,২০১৪ত ভাৰতৰ ৰাষ্ট্ৰপতিক প্ৰতিবেদন দাখিল কৰে।

                তাৰোপৰি, চতুৰ্দশ বিত্তীয় আয়োগৰ দায়িত্ব আছিল ৰাজ্যৰ বাবে ধাৰ্য কৰা বিত্তীয় সহায় বৃদ্ধিৰ বাবে পৰামৰ্শ আগবঢ়োৱা যি বিত্তীয় সহায়ৰ দ্বাৰা পঞ্চায়ত আৰুনগৰপালিকাৰ সম্পত্তিসমূহৰ পৰিপূৰণ কৰিব পৰা যায়। এই দায়িত্ব ৰাজ্যিক বিত্তীয় আয়োগৰ সংমোদন ক্ৰমে প্ৰদান কৰা হৈছিল।

    চতুৰ্দশ বিত্তীয় পৰিষদৰ কাৰ্য্যক্ষমতাৰ ভিত্তিত অনুদান আঁচনি

    চতুৰ্দশ বিত্তীয় আয়োগে নিৰ্দিষ্টকৈ উল্লেখ কৰিছে যে নগৰীয়া স্থানীয় সংস্থাসমূহক কাৰ্য্যক্ষমতাৰ ভিত্তিত প্ৰদান কৰিবলগীয়া অনুদান কিছু নিৰ্দিষ্ট যোগ্যতা নিৰ্দ্ধাৰক মাপদত্তৰ সহায়ত এক বিস্তাৰিত পদ্ধতিৰ দ্বাৰা বিতৰণ কৰা হব। ২০১৫-২০২০ বৰ্ষৰ ভিতৰত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ৮৭,১৪৩ কোটি টকা নগৰীয়া স্থানীয় সংস্থাসমূহক আদায় দিয়া হব। এই অনুদানৰ ৮০ শতাংশ প্ৰাথমিক অনুদান আৰু ২০ শতাংশ কাৰ্য্যক্ষমতা ভিত্তিক অনুদান হিচাপে প্ৰদান কৰা হব আৰু একমাত্ৰ প্ৰাথমিক সেৱা আৰু অন্যান্য প্ৰৱৰ্তন আৰু ব্যৱস্থাপক সেৱাৰ বাবেহে এই অনুদান আগবঢ়োৱা হব।

    Downloads
    চতুৰ্দশ বিত্তীয় আয়োগ
    TitleSizeDetail
    14_GOI_Guidelines.pdf4.9 MBswf-image
    14th FC Performance Grant scheme (2017-2020) Tool Kit.pdf3.56 MBswf-image
    Sanction letter (1st instt. of GBG, 2015-16).pdf337.67 KBswf-image
    Sanction letter (Delayed payment of interest).pdf443.13 KBswf-image
    Biswanath Chariali.pdf4.65 MBswf-image
    Dergaon MB-ilovepdf-compressed.pdf3.95 MBswf-image
    Hailakandi MB.pdf2.74 MBswf-image
    Morigaon MB.pdf3.77 MBswf-image
    Naryanpur TC-ilovepdf-compressed.pdf3.8 MBswf-image
    Palasbari MB-ilovepdf-compressed.pdf1.93 MBswf-image
    Audited Account, SLB data of Naharkatia TC-ilovepdf-compressed (1).pdf2.43 MBswf-image
    Service level Benchmark data & Annex-2 of Hailakandi MB.pdf576.28 KBswf-image
    Audited Accounts of Silchar MB-ilovepdf-compressed.pdf13.74 MBswf-image