মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs পৌৰ প্ৰশাসন সঞ্চালকালয়

ক্ষুদ্ৰ নগৰৰ উন্নয়ন

         বেছি সংখ্যক ক্ষুদ্ৰ পৌৰ সভা/নগৰ সমিটীৰ দৈনন্দিন কাম-কাজসমূহ নিয়াৰীকৈ চলাই নিবৰ বাবে পৰ্যাপ্ত কাৰ্যালয়ৰ অভাৱ। কোনোৱে ভাড়াঘৰৰ পৰা কাম চলাই আছে আৰু কোনোৱে পুৰণা জীৰ্ণ ঘৰৰ পৰা কাম চলাইছে আৰু কিছুমান নতুনকৈ গঠন হোৱা নগৰ কমিটী যাৰ কোনো কাৰ্যালয়েই নাই।

            অসমৰ ক্ষুদ্ৰ পৌৰ সভা/নগৰ সমিটীবোৰৰ কাৰ্যালয় আৱাসৰ সংস্কাৰ/নগৰৰ বুনিয়াদী সুবিধাসমূহৰ উন্নয়ন যেনে- মেৰামতি/নবীকৰণ/বিস্তাৰ/নতুন কাৰ্যালয় ভৱন/সীমাৰ প্ৰাচীৰ ইত্যাদি নিৰ্মাণ কৰা। সেই মতে ২০১৫-১৬ বৰ্ষৰ বাবে ৬০ লাখ টকাৰ এক অনুদান মঞ্জুৰ কৰা হয়। কিন্তু অসম বিধান সভা নিৰ্বাচনৰ কাৰণে আদৰ্শ আচৰণ বিধি জাৰি কাৰা বাবে এফঅ’চি প্ৰাপ্ত নহল।